Local, Vocal, Global

Road crash in Rajasthan leaves six pilgrims dead : ডাম্পাৰ আৰু তীৰ্থযাত্ৰীৰ বাহনৰ মাজত সংঘৰ্ষ; নিহত৬জন,আহত ৩জন

নেশ্যনেল ডেস্ক,১৫ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত ৬জন ।

ৰাজস্থানৰ বুন্দীত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(6 died, Horrible Accident in Rajasthan)।

দেওবাৰে পুৱা বুন্দীত ডাম্পাৰ আৰু তীৰ্থযাত্ৰীৰ বাহনৰ মাজত সংঘৰ্ষ হয়।সংঘৰ্ষৰ ফলত দুৰ্ঘটনাত তীৰ্থযাত্ৰীৰ বাহনৰ ৬জনকৈ লোক থিতাতে নিহত হয়। লগতে আহত গুৰুতৰভাৱে আহত হয় ৩জনকৈ লোক ।

আহত লোককেইজনক সংকটজনক অৱস্থাত হাস্পতাললৈ প্ৰেৰণ কৰে(Road crash in Rajasthan leaves six pilgrims dead)।

জানিব পৰা মতে,তীৰ্থযাত্ৰীৰ বাহনখন মধ্যপ্ৰদেশৰ খাটু শ্যাম মন্দিৰ দৰ্শনৰ বাবে গৈ আছিল(Road crash in Rajasthan’s Bundi district leaves six pilgrims dead)।

লগতে পঢ়ক :Minister Atul bora opened the office of women farmer producer company : দিচৈ চাৰিআলিত ‘সম্প্ৰীতি কৃষক উৎপাদক কোম্পানী’ নামৰ মহিলা গোটৰ কাৰ্যালয়ৰ শুভ উদ্বোধন মন্ত্ৰী অতুল বৰাৰ