Local, Vocal, Global

Road accidents in the state during Durga Puja : দুৰ্গাপূজাৰ নৱমী আৰু দশমীত গুৱাহাটীত ৫৯ টাকৈ পথ দুৰ্ঘটনা

নিউজ ডেস্ক,১৪অক্টোবৰ : দুৰ্গাপূজাৰ সময়ত ৰাজ্যত সংঘটিত হৈছে কেইবাটাও পথ দুৰ্ঘটনা ।

দুৰ্গাপূজাৰ নৱমী আৰু দশমীত গুৱাহাটীত সংঘটিত হয় ৫৯ টা পথ দুৰ্ঘটনা(Road accidents in the state during Durga PujaRoad accidents in the state during Durga Puja)।

বিগত ৪৮ ঘন্টাত পথ দুৰ্ঘটনাত আহত ১২০খনকৈ লোক

GMCHত ভৰ্ত্তি হৈছে ১২০ জন লোক

তাৰে ৫৯জন লোক গুৱাহাটীৰ

৬১জন গুৱাহাটীৰ বাহিৰৰ পৰা অহা আঘাতপ্ৰাপ্ত লোক

আহত লোকসকলৰ ভিতৰত ১১২জন পুৰুষ

দুৰ্ঘটনাত ৮গৰাকী মহিলা আহত হয়

এই কথা সদৰি কৰিলে GMCHৰ অধীক্ষক অভিজিত শৰ্মাই

লগতে পঢ়ক : Drugs worth Rs 4.5 crore seized : যোৰাবাটত জব্দ প্ৰায় ৪ কোটি টকাৰ হেৰ’ইন;গ্ৰেপ্তাৰ সৰবৰাহকাৰী