Road Accident in Udalguri: শোকাৱহ দুৰ্ঘটনা;নিহত পথচাৰী

নিউজ ডেস্ক,২৭অক্টোবৰ : ওদালগুৰিৰ ৰৌতাত শোকাৱহ দুৰ্ঘটনা।
ওদালগুৰিৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
অচিনাক্ত বাহনে মহতিয়াই থৈ যায় পথচাৰীক(Road Accident in Udalguri)।
ফলত থিতাতে থিতাতে নিহত পথচাৰী।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনৰ চালকজন।
ঘটনা সন্দৰ্ভত ৰৌতা আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত।
লগতে পঢ়ক :Youth Body Found in parbatjhara : হাবিত উদ্ধাৰ অৰ্ধগলিত যুৱকৰ মৃতদেহ