Local, Vocal, Global

Road Accident in Teok: বাইক আৰু মাৰুতি বাহনৰ মাজত মুখামুখী সংঘৰ্ষ;আহত বাইক আৰোহী

নিউজ ডেস্ক,৩আগষ্ট : টীয়কৰ মুদৈজানত ভয়ংকৰ পথ দুৰ্ঘটনা। শনিবাৰে টীয়কৰ মুদৈজানৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাইক আৰু মাৰুতি বাহনৰ মাজত মুখামুখী সংঘৰ্ষ হয়(
Road Accident in Teok)।

সংঘৰ্ষত ফলত গুৰুতৰভাৱে আহত এজন বাইক আৰোহী। আহত বাইক আৰোহীজনক স্থানীয় লোকে ততাতৈয়াকৈ উদ্ধাৰ কৰি JMCHত ভৰ্তি কৰাই ।। দুৰ্ঘটনাগ্ৰস্ত বাইকখনৰ নম্বৰ AS23-AD-4010 ।

বৰ্তমানলৈ জানিব পৰা হোৱা নাই উদ্ধাৰ হোৱা আহত যুৱকজনৰ পৰিচয়(Road Accident in Teok) ।

লগতে পঢ়ক : Kamala Harris secures Democratic presidential nomination : ট্ৰাম্পৰ বিৰুদ্ধে ডেম’ক্ৰেটিক প্ৰাৰ্থী হ’ব ভাৰতীয় মূলৰ কমলা হেৰিছ