Local, Vocal, Global

Road accident in Sonitpur: শোণিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক,৩ফেব্ৰুৱাৰী : শোণিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।

চাৰিদুৱাৰত দুখন মটৰ চাইকেল মাজত মুখামুখা সংঘৰ্ষ হয়(Road accident in Sonitpur)।

এই সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় এজন,গুৰুতৰভাৱে আহত হয় এজন

নিহত লোকজন কুঞ্জ ডেকা বুলি চিনাক্ত।

লগতে পঢ়ক :Road accident in Hajo: হাজোৰ পোৱামক্কাৰ গৰুড়াচল পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা