Local, Vocal, Global

Road Accident in Sonitpur : স্কৰপিঅ’ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ; নিহত এজন,আহত এজন

শোণিতপুৰ,১৩জুন : শোকাৱহ দুৰ্ঘটনা । নিহত এজন,আহত এজন।

শোণিতপুৰৰ চাৰিদুৱাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।বৃহস্পতিবাৰে শোণিতপুৰৰ চাৰিদুৱাৰত স্কৰপিঅ’ আৰু মটৰ চাইকেলৰ মাজত মুখামুখি সংঘৰ্ষ হয় ফলত থিতাতে নিহত হয় । নিহত লোকজন ৰমেন দাস বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় বিপ্লৱ বৰুৱা নামৰ আন এজন যুৱক(Road Accident in Sonitpur)।

আহত বিপ্লৱ বৰুৱাক অতি সংকটজনক অৱস্থাত তেজপুৰলৈ প্ৰেৰণ কৰা হয় । দুৰ্ঘটনাগ্ৰস্ত স্কৰ’পিঅখনৰ নম্বৰ AR- 03- 9119, মটৰ চাইকেলখনৰ নম্বৰ AS- 12- AJ- 7372 ।

লগতে পঢ়ক : Pema Khandu takes oath as chief minister : তৃতীয়বাৰৰ বাবে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ পেমা খাণ্ডুৰ