Local, Vocal, Global

Road accident in Sipajhar : একেলগে দুৰ্ঘটনাগ্ৰস্ত ৩ খনকৈ বাহন;দুৰ্ঘটনাাত আহত ১৫গৰাকীকৈ যাত্ৰীৰ লগতে ৪গৰাকী আৰোহী

ছিপাঝাৰ,২৫জানুৱাৰী : ছিপাঝাৰৰ শিঙিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা৷

১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত একেলগে দুৰ্ঘটনাগ্ৰস্ত ৩ খনকৈ বাহন ৷

মেক্সিম’, বলেৰ পিক’আপ, আৰু ছুইফট্ বাহন ৰ মাজত সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

দুৰ্ঘটনাত কেইবাজনো আহত লোক(Road accident in Sipajhar)।

আহত ব্যক্তিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

দুৰ্ঘটনাত পটিত মেক্সিম’ বাহনখনত আছিল বিদ্যালয়ৰ কেইবাগৰাকীও ছাত্র-ছাত্ৰী।

দুজন ব্যক্তি অৱস্থা সংকটজনক লগতে আহত লোকসকলৰ তথ্য আৰক্ষীয়ে লাভ কৰা নাই।

লগতে পঢ়ক :Grenades Recovered In Sonitpur : গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ৰাজ্যত উদ্ধাৰ গ্ৰেনেড