Local, Vocal, Global

Road Accident in Sipajar : শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে নিহত মহিলা

ছিপাঝাৰ,২২অক্টোবৰ : এক ভয়ংকৰ পথ দুৰ্ঘটনা।দুৰ্ঘটনাত থিতাতে নিহত মহিলা।

ছিপাঝাৰত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনাত(Road Accident in Sipajar)।

ছিপাঝাৰত কিছু সময়ৰ আগতে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত স্কুটি দুৰ্ঘটনাগ্ৰস্ত ফলত থিতাতে নিহত এগৰাকী মহলি।নিহত মহিলা গৰাকী ছিপাঝাৰৰ বণিয়া পাৰাত বুলি জানিব পৰা গৈছে। 

লগতে পঢ়ক:Tripura railway police detains 5 illegal immigrants : ত্ৰিপুৰাত আটক ৫ গৰাকী অবৈধ অনুপ্ৰৱেশকাৰীক