Local, Vocal, Global

Road Accident in Silchar : চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ খুন্দা অটোত; থিতাতে নিহত পিতা‌-পুত্ৰ

শিলচৰ,৩১অক্টোবৰ : এক মৰ্মান্তিক দুৰ্ঘটনা(Road Accident) । মৃত্যু পিতা পুত্ৰৰ ।

শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা।মঙলবাৰে শিলচৰ আইজল ৰোডত সংঘটি হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো ।

উল্লেখ্য যে, এখন এলপিজি চিলিণ্ডাৰ ভৰ্তি ট্ৰাকৰ খুন্দাত থিতাতে নিহত পিতা‌ পুত্ৰৰ।

জানিব পৰা মতে, মঙলবাৰে পুৱা শিলচৰ ষ্টেচনৰ পৰা অটোত ঘৰলৈ গৈ আছিল পিতা‌ পুত্ৰই । সেই সময়তে শিলচৰৰ চনাই উত্তৰ কৃষ্ণপুৰত মিজোৰামৰ পৰা অহা এখন‌ এলপিজি চিলিণ্ডাৰ ভৰ্তি ট্ৰাকে খুন্দা মাৰে অটোখনত(Road Accident in Silchar)।

চিলিণ্ডাৰ ভৰ্তি ট্ৰাকাৰ খুন্দাত থিতাতে নিহত হয় পিতা পুত্ৰৰ । জানিব পৰা মতে, নিহত পিতা পুত্ৰ কুঞ্জমনি সিংহ আৰু পুত্ৰ প্ৰবীন সিংহ বুলি চিনাক্ত কৰা হৈছে ।

এই ঘটনাৰ পিছতে অঞ্চলটোত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

আৰক্ষীয়ে এই ভয়ংকৰ ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক :Hardoi Road Accident : যাত্ৰীবাহী বাহনৰ ভয়ংকৰ দুৰ্ঘটনা ফলত একেটা পৰিয়ালৰ মৃত্যু ৫জনকৈ লোকৰ