Road Accident in Samaguri : দ্ৰুতবেগী বাহনৰ খুন্দাত নিহত কিশোৰ

নিউজ ডেস্ক,২৯মে’ : এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত কিশোৰ ।
চামগুৰিৰ ৰঙাগড়াত ভয়ংকৰ পথ দুৰ্ঘটনা। বুধবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো(Road Accident in Samaguri) ।
জানিব পৰা মতে, এখন দ্ৰুতবেগী বাহনৰ খুন্দাত ছিটিকি পৰে কিশোৰজন । ফলত থিতাতে নিহত হয় কিশোৰ জন মৃত্যু। মৃত কিশোৰজন ৰঙাগড়াৰ গ্ৰহালিৰ শুকুৰাম ওৰাং বুলি জানিব পৰা গৈছে।ঘটনা সন্দৰ্ভত মিছা আৰক্ষীয়ে জব্দ কৰে দুৰ্ঘটনা সংঘটিত কৰা বাহনখন।
লগতে পঢ়ক : Ambubachi Mela 2024 : ২২ জুনৰ পৰা শক্তিপীঠ কামাখ্যাত মহা অম্বুবাচী মেলা