Terrible Road Accident : শোকাৱহ দুৰ্ঘটনা ; নিহত দুজনকৈ লোক
নিউজ ডেস্ক, ৩০ ডিচেম্বৰ : ভয়ংকৰ পথ দুৰ্ঘটনা । নিহত এজন লোক ।
চামগুৰিত শোকাৱহ দুৰ্ঘটনা। চামগুৰিৰ কদমগুৰিত শনিবাৰে নিশা সংঘটিত হয় এই ঘটনাটো। এখন ট্ৰেক্টৰ আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত এজন(Road Accident in Samaguri) ।
নিহত যুৱকজনৰ নাম ইফতিকাৰ বুলি চিনাক্ত কৰা হৈছে ষ। নিহত ইফতিকাৰৰ ঘৰ কদমগুৰিত। আনহাতে গুৰুতৰভাৱে আহত হয় আন এজন বাইক আৰোহী(Terrible Road Accident)।
ইফালে বকোত সংঘটিত হয় আন এক ভয়ংকৰ পথ দুৰ্ঘটনা।বকোৰ শিংৰা শালনীত দুখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ।এই দুৰ্ঘটনাত নিহত দুজনকৈ লোক। নিহত লোক দুজন ৰূপজ্যোতি বড়ো আৰু জয়দেৱ ৰাভা বুলি জানিব পৰা গৈছে(Road Accident in Boko) ।
লগতে পঢ়ক : Section 144 Imposed in Sivasagar : শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি; ৬০ দিনলৈ বাহাল থাকিব এই ধাৰা