Local, Vocal, Global

Road Accident in Sadiya : বৈদ্যুতিক খুঁটাত খুন্দা বাইকৰ ;থিতাতে নিহত এজন

নিউজ ডেস্ক,১৬জুলাই : বৈদ্যুতিক খুঁটাত খুন্দা বাইকৰ ।থিতাতে নিহত এজন ।

শদিয়াত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বৈদ্যুতিক খুঁটাত খুন্দা বাইক আৰোহীৰ। ফলত দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী। নিহত বাইক আৰোহীজন বালি চিৰিং গাঁৱৰ অনন্ত গগৈ বুলি জানিব পৰা গৈছে(Road Accident in Sadiya) ।

জানিব পৰা মতে, চাপাখোৱাৰ পৰা ঘৰ অভিমুখী আছিল যুৱকজন।

লগতে পঢ়ক : Massive fire breaks out in Nagaon : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত ৫ লক্ষাধিক টকাৰ সা-সামগ্ৰী