Road Accident In Narayanapur: পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা বাইক আৰু স্কুটাৰৰ;আহত ২ যুৱক

নিউজ ডেস্ক,১২অক্টোবৰ : পূজাৰ আনন্দ-উল্লাসৰ মাজতে নাৰায়ণপুৰৰ দেওতোলাত পথ দুৰ্ঘটনা।
পথৰ দাঁতিত ৰখাই থোৱা ট্ৰাকত খুন্দা বাইক আৰু স্কুটাৰৰ। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ২ যুৱক(Road Accident In Narayanapur)।
আহত এজন যুৱকৰ অৱস্থা অতি সংকটজনক।বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই আহত যুৱকদ্বয়ৰ পৰিচয়।
লগতে পঢ়ক :Two men goes Missing :ডিমৌ নৈত মাছ ধৰিবলৈ গৈ সন্ধানহীন লোক দুজন