Local, Vocal, Global

Road Accident in Nalbari : নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে ছুইফট ডিজায়াৰ বাহন

নিউজ ডেস্ক,২৪জুলাই : এক ভয়ংকৰ পথ দুৰ্ঘটনা । বুধবাৰে নলবাৰীৰ বৰাজোলত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

নিয়ন্ত্ৰণ হেৰুৱাই পথাৰত বাগৰি পৰে ছুইফট ডিজায়াৰ বাহনখন। দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ হ’ল AS-25 S8296(Road Accident in Nalbari)।

জানিব পৰা মতে, বাহনখন চুৰি কাৰ্যত ব্যৱহাৰ হোৱাৰ সন্দেহ। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনৰ চালকে। বাহনখনৰ পৰা উদ্ধাৰ কেইবাটাও বেটেৰি।

লগতে পঢ়ক : Musician Pushparanjan Dey passes away : সংগীতজ্ঞ পুষ্পৰঞ্জন দেৰ দেহাৱসান