Local, Vocal, Global

Road accident in Nagaon: তীব্ৰবেগী বাহনে মহিয়াই নিলে পথত ৰৈ থকা বাহন

নিউজ ডেস্ক,৬ফেব্ৰুৱাৰী : নগাঁৱৰ ৰাইডঙীয়াৰ কৰচুং সত্ৰত পথ দুৰ্ঘটনা(Road accident in Nagaon)।

তীব্ৰবেগী বাহনে মহিয়াই নিলে পথত ৰৈ থকা বাহন।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত বাহনখনত থকা দুজনকৈ লোক।

লগতে পঢ়ক:Drugs peddler arrested along with drugs: সোণাপুৰত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ