Road Accident in Nagaon: প্ৰাতঃভ্ৰমণ লৈ যোৱা লোকক মহতিয়াই নিলে ট্ৰাকে
নগাঁও,২৪অক্টোবৰ: এক শোকাৱহ দুৰ্ঘটনা।নিহত এজন ।
নগাঁৱত বৃহস্পতিবাৰে পুৱাই সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনাত।
জানিব পৰা মতে, প্ৰাতঃভ্ৰমণ লৈ যোৱা এগৰাকী লোকক মহতিয়াই লৈ যায় ট্ৰাকে ।
মৃত লোকজন নগাঁও টাউন ঈদগাহৰ সমীপৰ তাইজুল ইছলাম বুলি জানিব পৰা গৈছে(Road Accident in Nagaon)।
AS01RC9570 নম্বৰৰ ট্ৰাকখনে মহতিয়াই নিয়ে লোকজনক।
দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতে ট্ৰাকখন আটক কৰে স্থানীয় ৰাইজে।