Local, Vocal, Global

Road Accident in Nagaon : ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলে’ৰ বাহনৰ;নিহত দুজন

নিউজ ডেস্ক,১১আগষ্ট : এক শোকাৱহ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত দুজন ।

নগাঁৱৰ কঠিয়াতলী ৰেংবেঙত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰেংবেঙত ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা তীব্ৰবেগী বলে’ৰ বাহনৰ ৷ ফলত থিতাতে নিহত হয় বলে’ৰ বাহনত অহা দুজন লোক।

নিহত লোক দুজন হোজাইৰ গনেশ চুৰা আৰু ভাইটি চাহা বুলি জনা গৈছে(Road Accident in Nagaon)।

দুৰ্ঘটনাগ্ৰস্ত বলেৰ বাহনখনৰ নম্বৰ AS 02 BC 0232 ।

লগতে পঢ়ক :Teenage boy missing in Chirang : চিৰাং জিলাৰ বিজয়গাঁৱৰ পৰা নিৰুদ্দেশ ১২ বছৰীয়া কিশোৰ