Road Accident in Moirabari:দ্ৰুতবেগত আহি থকা ই-ৰিক্সা বাগৰি পৰিল দ খাৱৈত

নিউজ ডেস্ক,১০ডিচেম্বৰ : মৈৰাবাৰীত পথ দুৰ্ঘটনা।
দ্ৰুতবেগত আহি থকা ই-ৰিক্সা বাগৰি পৰিল দ খাৱৈত।
দুৰ্ঘটনাত আঘাতপ্ৰাপ্ত কেইবাজনো ছাত্ৰ-ছাত্ৰী(Road Accident in Moirabari)।
সংকটজনক অৱস্থাত তিনি ছাত্ৰীক নগাঁৱলৈ প্ৰেৰণ।
দুৰ্ঘটনাচ পাছতে পলায়ন কৰে ই-ৰিক্সা চালকে।
আঘাতপ্ৰাপ্ত ছাত্ৰীকেইগৰাকী মুছকান খাতুন,নিলোফ খাতুন,হেনা বেগম,আকতাৰা টাবাছোম আৰু হাছবিনা ছুলতানা।