Local, Vocal, Global

Road Accident in Marigaon :দ খাৱৈত বাগৰি পৰিল ট্ৰেক্টৰ;নিহত দুজন

নিউজ ডেস্ক,২৩জানুৱাৰী : মৰিগাঁৱৰ কটহজাৰিত ভয়ংকৰ দুৰ্ঘটনা।

দ খাৱৈত বাগৰি পৰিল ট্ৰেক্টৰ ।

ফলত নিহত হয় দুজনকৈ লোক(Road Accident in Marigaon)।

মৃত লোক দুজন গৌৰৱ বৰদলৈ, ৰতন দেউৰী বুলি জানিব পৰা গৈছে।

বহু সময় ট্ৰেক্টৰৰ তলত আবদ্ধ হৈ থাকে লোক দুজন।

লগতে পঢ়ক :Doctor from GMCH Attacked : মহানগৰীৰ ভঙাগড়ত চিকিৎসকক আক্ৰমণ