Road Accident in Marigaon : বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ;গুৰুতৰভাৱে আহত দুজনকৈ লোক
নিউজ ডেস্ক,২৫জুন : ভয়ংকৰ পথ দুৰ্ঘটনা । গুৰুতৰভাৱে আহত দুজনকৈ লোক।
মৰিগাঁৱৰ সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident in Marigaon)।
সোমবাৰে নিশা মৰিগাঁৱৰ মৈৰাবাৰীত বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ।ফলত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজনকৈ লোক। আঘাতপ্ৰাপ্ত লোক দুজন ৰিজাবুল ইছলাম আৰু ছাহিল হুছেইন বুলি চিনাক্ত কৰা হৈছে ।
আহত লোক দুজনক সংকটজনক অৱস্থাত নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়(Road Accident in Marigaon)।
লগতে পঢ়ক : Son Brutally Killed Mother : কুলাংগাৰ পুত্ৰৰ হাতত প্ৰাণ গ’ল মাতৃৰ;টি-টেবুলেৰে আক্ৰমণ মাতৃক