Local, Vocal, Global

Road Accident in Mangaldoi : ৰখাই থোৱা কণ্টেইনাৰত খুন্দা ছুইফ্ট বাহনৰ;আহত এজন

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এজন ।

মঙলদৈৰ লেঙেৰীপাৰাত শনিবাৰে নিশা সংঘটিত হৈছে পথ দুৰ্ঘটনা। ৰখাই থোৱা কণ্টেইনাৰত খুন্দা মাৰে এখন ছুইফ্ট বাহনে।ফলত গুৰুতৰভাৱে আহত হয় এজন ।গুৰুতৰভাৱে আহত লোকজন ইফটিকাৰ আলম বুলি জানিব পৰা গৈছে(Road Accident in Mangaldoi)।

ৰখাই থোৱা বাহনখনৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ স্থানীয় লোকৰ।

লগতে পঢ়ক :Bhupen Hazarika Birth Anniversary: আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ ৯৮ সংখ্যক জন্মবাৰ্ষিকী