Local, Vocal, Global

Road accident in Mangaldoi : তীব্ৰবেগী বাহনে মহটিয়াই নিলে কলেজীয়া ছাত্ৰক

নিউজ ডেস্ক,১৩আগষ্ট : মঙলদৈত ভয়ংকৰ পথ দুৰ্ঘটনা । তীব্ৰবেগী বাহনে মহটিয়াই নিলে কলেজীয়া ছাত্ৰক । ফলত গুৰুতৰভাৱে আহত ৪জন ছাত্ৰ ।

আহত ছাত্ৰকেইজনক মঙলদৈ অসামৰিক চিকিসালয়ত ভৰ্তি কৰোৱা হয় । সংকটজনক অৱস্থাত দুজন ছাত্ৰক GMCH লৈ প্ৰেৰণ(Road accident in Mangaldoi)।

বেজপাৰা MPK পথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো।

লগতে পঢ়ক : BJP Leader Found Dead in Charaideo : চৰাইদেউত বিজেপি নেতাক হত্যা