Road Accident in lumding :নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰিল থাৰ বাহন;আহত ৫জন
লামডিং,৩১ডিচেম্বৰ : লামডিঙৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামডিং-ডিফু ৰোডত সংঘটিত দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই নদীত বাগৰি পৰিল থাৰ বাহন ।ফলত আহত হয় ৫জন। আহত লোককেইজন কদম কুম্পাই, জোনাকী লেইংটিপিস বৰণ ইংটি,নঙে আৰু জিৰমিলিংস বুলি জানিব পৰা গৈছে(Road Accident in lumding)।
দুৰ্ঘটনা গ্ৰস্ত বাহন খনৰ নম্বৰ AS09J5366।বৰ্তমান আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :Man takes own life on railway track:ৰেল লাইনত আত্মহত্যা অসমীয়া যুৱ মঞ্চৰ যোৰহাট জিলা সমিতিৰ সভাপতি