Road Accident In Lakhimpur : ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন,আহত এজন
নিউজ ডেস্ক,৩০ছেপ্টেম্বৰ : লখিমপুৰত ভয়ংকৰ পথ দুৰ্ঘটনা । দেওবাৰে নিশা লখিমপুৰৰ কুলাবালিত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো । থিতাতে নিহত হয় মটৰ চাইকেল আৰোহী(Road Accident In Lakhimpur)।
গুৰুতৰভাৱে আহত হয় আন এজন । বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত কুলাবালিৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এই দুৰ্ঘটনাটো । দুৰ্ঘটনাত পতিত বাইকখনৰ নং AS -22k-3472 ।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই নিহত লোকজনৰ পৰিচয় ।
লগতে পঢ়ক :Sensational incident : গুৱাহাটীৰ বামুণীমৈদামৰ বি জি য়াৰ্ডত উদ্ধাৰ মানুহৰ কটা ভৰি