Road Accident in Khumtai : তীব্ৰবেগী বাইকৰ খুন্দা গছত;নিহত বাইক আৰোহী
নিউজ ডেস্ক,২৫মে’ : ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত মৃত্য়ু বাইক আৰোহী
খুমটাইৰ নভেটাত শোকাৱহ দুৰ্ঘটনা। শুকুৰবাৰে নিশা নভেটা প্ৰাথমিক বিদ্যালয়ৰ সমীপত তীব্ৰবেগী বাইকৰ খুন্দা গছত । ফলত থিতাতে নিহত বাইক আৰোহী(Road Accident in Khumtai) ।
নিহত বাইক আৰোহীজন অৰূপ দেউৰী বুলি জানিব পৰা গৈছে ।অৰূপ দেউৰী ঘৰ বোকাখাতত।
লগতে পঢ়ক : Massive fire breaks out at Goalpara : বিধ্বংসী অগ্নিকাণ্ড;অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ