Road Accident In Kaziranga :পথৰ কাষৰ গছত খুন্দা তীব্ৰবেগী টাটা মেজিকৰ; নিহত দুজন

নিউজ ডেস্ক,১৪অক্টোবৰ : এক মৰ্মান্তিক দুৰ্ঘটনা ।দুৰ্ঘটনাত থিতাতে নিহত দুজনকৈ লোক ।
কাজিৰঙাৰ বচাগাঁৱত সংঘটিত হৈছে এখ শোকাৱহ পথ দুৰ্ঘটনা। পথৰ কাষৰ গছত খুন্দা তীব্ৰবেগী টাটা মেজিকৰ।ফলত দুৰ্ঘটনাত থিতাতে নিহত দুজন লোক। নিহত লোক দুজন নয়ন দাস, মাধুৰ্য দাস বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাত আহত হয় দিব্যজ্যোতি ভৰালী নামৰ আন এজন লোক(Road Accident In Kaziranga)।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখন নগাঁৱৰ পৰা যোৰহাটৰ ম’হবন্ধালৈ গৈ আছিল।
লগতে পঢ়ক :Petrol price hike: শাৰদীয় বতৰত জনতাৰ মূৰত ৰামটাঙোন; ৰাজ্যত বাঢ়িল পেট্ৰ’লৰ দাম