Local, Vocal, Global

Road Accident in Kaliabor : ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা আন এখন তীব্ৰবেগী ট্ৰাকৰ

নিউজ ডেস্ক,২০জুলাই : নিশা কলিয়াবৰৰ উলুৱনী চাৰিআলিত ভয়ংকৰ দুৰ্ঘটনা। ৰৈ থকা ট্ৰাকত প্ৰচণ্ড খুন্দা আন এখন তীব্ৰবেগী ট্ৰাকৰ।

ফলত আহত দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক-হেণ্ডিমেন। আহত চালক- হেণ্ডিমেন সুৰেন্দ্ৰৰ আৰু কৃষ্ণ বৰ্মন বুলি জানিব পৰা গৈছে ।

আহত চালক হেণ্ডিমেনক তেজপুৰ চিকিৎসা মহাবিদ্য়ালয়ত ভৰ্তি কৰোৱা হৈছে(Road Accident in Kaliabor) ।

জানিব পৰা মতে, বহু সময় ধৰি ট্ৰাকৰ ভিতৰতে আৱদ্ধ হৈ আছিল চালক হেণ্ডিমেনজন ।

লগতে পঢ়ক : Young man goes Missing : ১৪ জুলাই পৰা নিৰুদ্দেশ চৰাইদেউৰ এজন যুৱক