Road Accident in Juria : পথচাৰীক খুন্দা টাটা ডি আই বাহনৰ

নিউজ ডেস্ক,২জুলাই : ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত আহত এগৰাকী মহিলাসহ চালক,সহযোগী ।
জুৰীয়াৰ কলনিজলাহত ভয়ংকৰ পথ দুৰ্ঘটনা। পথচাৰীক খুন্দা টাটা ডি আই বাহনৰ। পথচাৰীক খুন্দিয়াই পথৰ দাঁতিত খুন্দা বাহনখনৰ(Road Accident in Juria)।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী মহিলা। আহত মহিলাগৰাকী নবিজান নেছা বুলি জানিব পৰা গৈছে । আহত মহিলাগৰাকীক বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। দুৰ্ঘটনাত আহত বাহনখনৰ চালক-সহযোগী।
লগতে পঢ়ক : Road Accident in Barpeta : বাঘবৰ-মন্দিয়া সংযোগী পথত দুৰ্ঘটনা; আহত দুই বাইক আৰোহী