Local, Vocal, Global

Road Accident in Jorhat :বালি ভৰ্তি ট্ৰাকে মহতিয়াই নিলে অটো;আহত ৬জন

যোৰহাট,২৩নৱেম্বৰ : যোৰহাটত ভয়ংকৰ পথ দুৰ্ঘটনা।

যোৰহাটৰ পুলিবৰত শনিবাৰে পুৱতি নিশা ডাম্পাৰ আৰু ট্ৰাকৰ দৌৰাত্ম্য ।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ পুলিবৰত বালি ভৰ্তি ট্ৰাকে মহতিয়াই নিলে অটো(Road Accident in Jorhat)।

ট্ৰাকৰ খুন্দাত অটোখনৰ চালকসহ আহত ৬জন ব্যক্তি।

আহত লোকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি যোৰহাট মেডিকেল কলেজলৈ প্ৰেৰণ ।

ইফালে এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ট্ৰাক খন ।

জানিব পৰা মতে, বিবাহত কাম কৰি ঘৰলৈ উভতি আহি আছিল অটোখনৰ যাত্ৰীসকল

ইতিমধ্যে আৰক্ষীয়ে দুৰ্ঘটনাগ্ৰস্ত হোৱা অটো খন জব্দ কৰিছে আৰক্ষীয়ে।

বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক :Jharkhand Election Results: ঝাৰখণ্ডত নচলিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক