Road Accident in Jonai : যাত্ৰীবাহী অটো আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ

নিউজ ডেস্ক,২৩জুলাই : যাত্ৰীবাহী অটো আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । আহত কেইবাগৰাকী যাত্ৰী ।
জোনাইত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা । জোনাইত যাত্ৰীবাহী অটো আৰু চাৰিচকীয়া বাহনৰ মাজত মুখামুখি সংঘৰ্ষ । সংঘৰ্ষৰ ফলত গুৰুতৰভাৱে আহত হয় চাৰিগৰাকী মহিলা(Road Accident in Jonai) ।
জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল মুঠ ১১গৰাকী যাত্ৰী । অৰুণাচলৰ পৰা কাম কৰি ঘৰলৈ আহি আছিল মহিলাকেইগৰাকীয়ে ।
লগতে পঢ়ক : Union Budget 2024: আজি দিনৰ ১১ বজাত মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথম কেন্দ্ৰীয় বাজেট দাখিল কৰিব