Road accident in Hajo: হাজোৰ পোৱামক্কাৰ গৰুড়াচল পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
হাজো,৩ফেব্ৰুৱাৰী : হাজোৰ পোৱামক্কাৰ গৰুড়াচল পাহাৰত ভয়ংকৰ পথ দূৰ্ঘটনা।
পোৱামক্কা দৰগাহলৈ যোৱা পথত চেন্ট্ৰ’ আৰু অল্ট’ বাহনৰ মাজত মুখামুখি সংঘৰ্ষ(Road accident in Hajo)।
দুৰ্ঘটনাত পতিত হোৱা বাহনখনৰ নম্বৰ AS-01FU4787।দুৰ্ঘটনাগ্ৰস্ত অল্ট’ বাহনখনত থকা দুগৰাকী আৰোহী আহত হয়।
আহত লোক দুজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।
আনহাতে দূৰ্ঘটনা সংঘটিত কৰিয়ে AS-01AM6746 নম্বৰৰ চেন্ট্ৰ’ বাহনখনৰ আৰোহী ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
লগতে পঢ়ক:Road accident in Lumding: লামডিঙত দুৰ্ঘটনাত পতিত টিনপাত কঢ়িয়াই অনা ট্ৰাক