Road Accident In Guwahati : মহানগৰীৰ ছয়মাইলত তীব্ৰবেগী I20 বাহনৰ খুন্দা পথৰ দাঁতিৰ ৰেলিঙত

নিউজ ডেস্ক,৯অক্টোবৰ : নিশা মহানগৰীৰ ছয়মাইলৰ উৰণসেতুৰ সমীপত দুৰ্ঘটনা। তীব্ৰবেগী I20 বাহনৰ খুন্দা পথৰ দাঁতিৰ ৰেলিঙত।
দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ নম্বৰ AS-01FG-6990। বাহনখনৰ চালকজন সুৰামত্ত অৱস্থাত থকাৰ সন্দেহ। দুৰ্ঘটনাত সংকটজনক অৱস্থা বাহনখনৰ এজন আৰোহীৰ। আঘাতপ্ৰাপ্ত আৰোহীজনক জয়ানগৰৰ এজাইল হাস্পতালত ভৰ্তি(Road Accident In Guwahati)।
লগতে পঢ়ক :Road Accident In Sipajhar : অচিনাক্ত ট্ৰাকে খুণ্ডিয়ালে বাইক আৰোহী,আহত তিনিজন