Local, Vocal, Global

Road Accident in Guwahati: GS ৰোডৰ চিটি চেণ্টাৰৰ সন্মুখত ভয়ংকৰ পথ দুর্ঘটনা

নিউজ ডেস্ক,২৯ছেপ্টেম্বৰ : GS ৰোডৰ চিটি চেণ্টাৰৰ সন্মুখত ভয়ংকৰ পথ দুর্ঘটনা!

দুর্ঘটনাত গুৰুতৰভাৱে আহত দুজন(Road Accident in Guwahati)।

আঘাতপ্রাপ্ত দুয়োগৰাকীক এপ’ল’ হাস্পতালত ভর্তি।

দুৰ্ঘটনাত ক্ষতিগ্রস্ত ৫খনকৈ চাৰিকীয়া বাহনৰ লগতে ১খন দুচকীয়া বাহন।

লগতে পঢ়ক : Strict guidelines issued for e-rickshaws : ই-ৰিক্সাৰ চালক আৰু গৰাকীৰ বাবে জৰুৰী খবৰ