Local, Vocal, Global

Road Accident In Guwahati : পূজাৰ আনন্দ উল্লাহৰ মাজতেই জু-ৰোডৰ CENTROৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক,১২অক্টোবৰ : পূজাৰ আনন্দ উল্লাহৰ মাজতেই গুৱাহাটী মহানগৰীত ভয়ংকৰ পথ দুর্ঘটনা। মহানগৰীৰ জু-ৰোডৰ CENTROৰ সন্মুখত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা।

জু-ৰোডৰ CENTROৰ সন্মুখত চাৰিচকীয়া বাহনে মহটিয়াই নিলে স্কুটাৰ আৰোহীক। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত এগৰাকী যুৱতী(Road Accident In Guwahati)।

আহত যুৱতীগৰাকীক GMCHত ভৰ্তি কৰোৱা হয়। দুৰ্ঘটনাৰ পাছতে ঘটনাস্থলীত উত্তেজনা।

লগতে পঢ়ক :Road Accident In Lumding : মাকৰ সৈতে পূজা চাবলৈ গৈ ওভতি নাহিল পুত্ৰ