Local, Vocal, Global

Road Accident in Gohpur : গেছ টেংকাৰ আৰু ব’লেৰ পিকা ভানৰ মাজত মুখামুখি সংৰ্ঘষ;নিহত এজন

নিউজ ডেস্ক,১জুলাই : ভয়ংকৰ পথ দুৰ্ঘটনা। নিহত এজন।

গহপুৰ বড়িগাঁৱৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়(Road Accident in Gohpur) ।

জানিব পৰা মতে, AS01 JC 5781 নম্বৰৰ গেছ টেংকাৰ আৰু AS13 AC 2675 নম্বৰৰ ব’লেৰ পিকা ভানৰ মাজত মুখামুখি সংৰ্ঘষ। ফলত থিতাতে নিহত ব’লেৰ পিকআপ চালকজন।

দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ লোক উপস্থিত হয়।

উল্লেখ্য যে ব’লেৰ পিকা আপ বাহনখনত শাক পাছলি ভৰ্তি আছিল।

লগতে পঢ়ক : Victim’s Wife Among 6 Arrested in Bongaigaon : বঙাইগাঁৱৰৰ পঞ্চায়ত সচিব হত্যাকাণ্ডৰ নতুন মোৰ;পত্নীসহ ৬জনক গ্ৰেপ্তাৰ আৰক্ষীৰ