Road Accident in Goalpara : বাইক আৰু মিনি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ;নিহত এজন

নিউজ ডেস্ক,২৭জুন : শোকাৱহ দুৰ্ঘটনা । নিহত এজন ।
গোৱালপাৰাৰ দৰংগিৰিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু মিনি ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত ফলত থিতাতে নিহত হয় বাইক আৰোহী । নিহত বাইক আৰোহীজন জাহ্নু ৰাভা বুলি জানিব পৰা গৈছে(Road Accident in Goalpara) ।
দুৰ্ঘটনাত পথৰ ওপৰতে বাগৰি পৰে ট্ৰাকখন। ৰংজুলি আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে জাহ্নু ৰাভাৰ মৃতদেহ।
লগতে পঢ়ক : T20 World Cup 2024 : আজি T20 বিশ্বকাপৰ দ্বিতীয়খন ছেমি ফাইনেল