Local, Vocal, Global

Road Accident in Goalpara : ভয়ংকৰ পথ দুৰ্ঘটনা ; থিতাতে নিহত দুজন লোক

নিউজ ডেস্ক, ২৩ ডিচেম্বৰ : ভয়ংকৰ পথ দুৰ্ঘটনা । থিতাতে নিহত দুজন লোক ।

গোৱালপাৰাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা(Road Accident) ।

শুকুৰবাৰে নিশা গোৱালপাৰা জিলাখনৰ কৃষ্ণাই বৰমোহৰাত সংঘটিত হৈছে এই দুৰ্ঘটনাটো(Road Accident in Goalpara)।

এই দুৰ্ঘটনাটো নিহত হয় দুজনকৈ লোক। নিহত লোক দুজন ক্ৰমে মুনিখা বেপাৰী আৰু নিমাই দাস বুলি জানিব পৰা গৈছে। মুনিখা বেপাৰীৰ ঘৰ জাগ্ৰাতপাৰাত আৰু নিমাই দাসৰ ঘৰ মাকৰিবুৰীত।

জানিব পৰা মতে, দুখন মটৰচাইকেলৰ মাজত সংঘৰ্ষ হয় ।

ঘটনাটো সংঘটিত কৰিয়ে পলায়ন কৰিলে এখন মটৰচাইকেল আৰোহী।

লগতে পঢ়ক : India looks forward to receiving French President Macron as chief guest at 75th Republic Day : ৭৫ সংখ্যাক গণতন্ত্ৰ দিৱসত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নক