Local, Vocal, Global

Road Accident in Dhubri : শোকাৱহ দুৰ্ঘটনা ;থিতাতে নিহত ট্ৰাক চালক

নিউজ ডেস্ক,২৬জুন : শোকাৱহ দুৰ্ঘটনা । থিতাতে নিহত ট্ৰাক চালক ।

ধুবুৰীৰ গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । গোলকগঞ্জৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিছনদৈ গাঁও পঞ্চায়তৰ বিপৰীত দিশে WB-11-F-8170 নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে।ফলত থিতাতে নিহত হয় ট্ৰাক চালকজন । নিহত ট্ৰাক চালকজন গৌতম দে বুলি জানিব পৰা গৈছে । ইফালে দুৰ্ঘটনাত আহত হয় হেণ্ডিমেন শ্বাহিব শ্বাহ নামৰ লোকজন । দুয়োজনৰ ঘৰ হাওৰাত বুলি চিনাক্ত কৰা হৈছে (Road Accident in Dhubri)।

লগতে পঢ়ক : wife allegedly kills husband : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি;ঘৰুৱা কন্দলৰ বাবেই পত্নীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে স্বামীক