Local, Vocal, Global

Road Accident : ভোগালী বিহুৰ আনন্দৰ উল্লাহৰ মাজতে দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা

নিউজ ডেস্ক, ১৫ জানুৱাৰী :` ৰাজ্যজুৰি ভোগালীৰ আনন্দ । ভোগালী বিহুৰ আনন্দৰ উল্লাহৰ মাজতে দেৰগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা।

পুনৰ দেৰগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা । এইবাৰ দুখন বাহনৰ মাজত মুখামুখি সংঘৰ্ষ(Road Accident in Dergaon) ।

এখন যাত্ৰী বাছ আৰু আন বাছ আৰু চেণ্ট্ৰৰৰ মাজত মুখামুখি সংঘৰ্ষ।ফলত চেণ্ট্ৰৰ বাহনখন বেয়াকৈ ক্ষতিগ্ৰস্ত হয় ।

জানিব পৰা মতে, দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হয় চাৰিচকীয়া বাহনখনৰ দুজনকৈ লোক। অৱশ্যে বাছখনত থকা আটাইবোৰ যাত্ৰী কুশলে আছে।

আহত দুয়োজন লোকক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হৈছে যোৰহাট মেডিকেল কলেজ হাস্পতালত।

লগতে পঢ়ক :Wild Elephanat Death : বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যু বন্যহস্তীৰ