Road accident in Chapar:নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰিল স্কুটাৰ
চাপৰ,৩ফেব্ৰুৱাৰী : চাপৰৰ আৰেয়াৰঝাৰস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
দূৰ্ঘটনাত গুৰুতৰভাৱে আহত দুজন স্কুটি আৰোহী।
আহত দুজন শান্তিপুৰৰ সঞ্জয় সৰকাৰ আৰু দেৱৰাজ নম: দাস বুলি জানিব পৰা গৈছে(Road accident in Chapar)।
দুৰ্ঘটনাগ্ৰস্ত স্কুটিখনৰ নম্বৰ AS 19 V 4427 ।
আহত যুৱৰ দুজনক প্ৰথম অৱস্থাত চাপৰ চিকিৎসালয় ভৰ্তি কৰাই যদিও চাপৰত প্ৰাথমিক চিকিৎসাৰ অন্তত বঙাইগাঁৱলৈ প্ৰেৰণ কৰা হয়।
জানিব পৰা মতে, নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে বাহনখন।