Local, Vocal, Global

Road accident in boko: তীব্ৰবেগী আলট্ৰা বাছে মহতিয়ালে দুই বাইক আৰোহীক

বকো,১৫ফেব্ৰুৱাৰী : বকোত ভয়ংকৰ পথ দুৰ্ঘটনা।বকোৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ লামপাৰাত সংঘটিত হয় দুৰ্ঘটনাটো।

যাত্ৰীবাহী বাছৰ সৈতে সংঘৰ্ষ বাইকৰ।তীব্ৰবেগী আলট্ৰা বাছে মহতীয়ালে দুই বাইক আৰোহীক ৷সংঘৰ্ষত থিতাতে নিহত হয় দুই বাইক আৰোহী নিহত বাইক আৰোহী দুজনৰ পৰিচয় বৰ্তমানলৈ উদ্ধাৰ হোৱা নাই।দুৰ্ঘটনাৰ পিছতে বাছসহ পলায়ন কৰে চালকৰ(Road accident in boko)।

এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হয় বকো আৰক্ষী।আৰু নিহত লোক দুজনক উদ্ধাৰ কৰি বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।দুৰ্ঘটনাত পতিত বাইক খনৰ নম্ববৰ হল AS O1 EE 8837 ৷ বাছ খনৰ নম্বৰ হল AS 01RC 8856 বুলি জানিব পৰা গৈছে ৷ পলায়ন কৰা বাছখন আৰক্ষীয়ে খেদি খেদি বকো আৰক্ষীয়ে আগছিয়াত জব্দ কৰে ।

লগতে পঢ়ক:Road accident :যাত্ৰীবাহী বাছৰ সৈতে বাইকৰ সংঘৰ্ষ;নিহত দুই বাইক আৰোহী