Local, Vocal, Global

Road Accident in Boko : নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল বাহন

বকো,২৯আগষ্ট : ভয়ংকৰ পথ দুৰ্ঘটনা । নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল বাহন । আহত চালক সহ দুগৰাকী ।

বকোৰ ৰাজাপাৰাত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল গ্ৰেণ‌ আইটেন । ফলত আহত চালক সহ দুগৰাকী লোক। বকোৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰাজাপাৰাত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো । দুৰ্ঘটনা সংঘটিত হোৱা গ্ৰেণ‌ আইটেনখনৰ নম্বৰ AS01 DE 8138(Road Accident in Boko)।

আহত লোক সকলক ততাতৈয়াকৈ উদ্দাৰ কৰি বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক : Milk Price To Be Hiked From September 1st : ১ ছেপ্টেম্বৰৰ পৰা প্ৰতি লিটাৰত ৩ টকাকৈ বৃদ্ধি পাব গাখীৰৰ দাম