Local, Vocal, Global

Road Accident in Bokakhat: চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ;থিতাতে নিহত দুজন

নিউজ ডেস্ক,৮ছেপ্তেম্বৰ : এক মৰ্মান্তিক দুৰ্ঘটনা ।দুৰ্ঘটনাত থিতাতে নিহত দুজন ।

বোকাখাতৰ বিহৰাত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । শনিবাৰে নিশা এখন চাৰিচকীয়া বাহন আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষত থিতাতে নিহত হয় দুজন বাইক আৰোহী(Road Accident in Bokakhat)।

ইফালে এই ঘটনা সংঘটিত হোৱাৰ পিছতে নিশাই ঘটনাস্থলীত উপস্থিত হয় বোকাখাত আৰক্ষী।আৰু ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।নিশাই ঘটনাস্থলীত গৈ পৰিস্থিতিৰ বুজ ল’লে মন্ত্ৰী অতুল বৰাই।

লগতে পঢ়ক :Road Accident in Mangaldoi : ৰখাই থোৱা কণ্টেইনাৰত খুন্দা ছুইফ্ট বাহনৰ;আহত এজন