Local, Vocal, Global

Road accident in Bilasipara: বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ

বিলাসীপাৰা,৩০জানুৱাৰী: বিলাসীপাৰাৰ খুদনামাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা ।

বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ ।

সংঘৰ্ষত বাইক আৰোহীসহ ই-ৰিক্সাৰ ৫ যাত্ৰী আহত(Road accident in Bilasipara)।

ঘটনাস্থলীত সাপটগ্ৰাম আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে আহতসকলক।

আহত ব্যক্তিসকলক কোকৰাঝাৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

দুৰ্ঘটনা সংঘটিত কৰা বাইক খনৰ।

লগতে পঢ়ক :Road accident in Rangia: বাছ আৰু ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ;আহত ৭ জনকৈ লোক