Road accident in Beltola Tiniali: দ্ৰুতবেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে অভিনেত্ৰী মনোৰমা বৰুৱাৰ
নিউজ ডেস্ক,৪ফেব্ৰুৱাৰী : দ্ৰুতবেগী ডাম্পাৰে প্ৰাণ কাঢ়িলে অভিনেত্ৰী মনোৰমা বৰুৱাৰ।
জনসংযোগ বিভাগৰ অৱসৰপ্ৰাপ্ত যুটীয়া সঞ্চালক আছিল মনোৰমা(Road accident in Beltola Tiniali)।
নিশা এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় মনোৰমা বৰুৱাৰ।
মহানগৰ আৰক্ষীয়ে জব্দ কৰে ডাম্পাৰখন ।
বৰ্তমান পলাতক অৱস্থাকৃত ডাম্পাৰৰ চালক ।
মৃত মনোৰমা বৰুৱা আছিল একাধাৰে লেখক,কবি,অভিনেত্ৰী বহু অসমীয়া ধাৰাবাহিক,নাটকত অভিনয় কৰিছিল মনোৰমা বৰুৱাই।
দেওবাৰে নিশা বেলতলা তিনিআলিত সংঘটিত হৈছিল দুৰ্ঘনাটো।
লগতে পঢ়ক:Youth missing from Gelakey:উৰুকাৰ নিশা ভোজ খাবলৈ ওলাই গৈ উভতি নাহিল ৰুবুল আলী