Local, Vocal, Global

Road Accident In Barpeta : দুৰ্গাপূজাৰ আনন্দ উছাহৰ মাজতে বৰপেটাত শোকাৱহ পথ দুৰ্ঘটনা;নিহত দুই যুৱক

নিউজ জেস্ক,১২অক্টোবৰ : দুৰ্গাপূজাৰ আনন্দ উল্লাহৰ মাজেত ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে পথ দুৰ্ঘটনা ।

দুৰ্গাপূজাৰ আনন্দ উছাহৰ মাজতে বৰপেটাত শোকাৱহ পথ দুৰ্ঘটনা। বৰপেটাৰ নগাঁও টাৰ্নিঙত নিয়ন্ত্ৰণ হেৰুৱাই টাৰ্ণিঙৰ ৰেলিঙত খুন্দা তীব্ৰবেগী বাইকৰ।ফলত নিহত দুই যুৱক।নিহত যুৱক দুজন বৰপেটাৰ কেওটকুছিৰ নিশান্ত পাঠক, কিষাণ শৰ্মা বুলি জানিব পৰা গৈছে(Road Accident In Barpeta)।

লগতে পঢ়ক : Road Accident In Guwahati : পূজাৰ আনন্দ উল্লাহৰ মাজতেই জু-ৰোডৰ CENTROৰ সন্মুখত ভয়ংকৰ পথ দুৰ্ঘটনা