Local, Vocal, Global

Road Accident in Barpeta : বাঘবৰ-মন্দিয়া সংযোগী পথত দুৰ্ঘটনা; আহত দুই বাইক আৰোহী

নিউজ ডেস্ক,২৯জুন : বাঘবৰ-মন্দিয়া সংযোগী পথত দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই দুৰ্ঘটনাত পতিত হয় তীব্ৰবেগী বাইক।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ২ গৰাকী বাইক আৰোহী(Road Accident in Barpeta)।

আটত বাইক আৰোহী দুজনক সংকটজনক অৱস্থাত বৰপেটাৰ ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক : AAP protest at infront of BJP Bhawan : আজি গুৱাহাটী মহানগৰীত আম আদমী পাৰ্টিয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে