WATCH | Road Accident : কলিয়াবৰৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা
কলিয়াবৰ,২৫জুন : কলিয়াবৰৰ আমবাগানত ভয়ংকৰ পথ দুৰ্ঘটনা। বাইক আৰু চাইকেল আৰোহীৰ মাজত মুখামুখি সংঘৰ্ষ।সংঘৰ্ষত গুৰুতৰ ভাৱে আহত দুজন।
আহত ভৰিধোৱাৰ চাইকেল আৰোহী বিকাশ মণ্ডল আৰু ভৰিধোৱাৰে বাইক আৰোহী ৰাজু বিশ্বাস(Road Accident)।
আহত দুয়োকে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজপুৰলৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক : Watch | Arrest of the notorious thief by the Dahlgaon police: কুখ্যাত চোৰক আটক দলগাঁও আৰক্ষীৰ