WATCH | Road Accident : নিশা কলিয়াবৰৰ আমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

কলিয়াবৰ,২৩জুন : নিশা কলিয়াবৰৰ আমগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। টেইলৰৰ খুন্দাত আহত বাইক আৰোহী। আহত বাইক আৰোহীজন আমগুৰি চাহ বাগিছাৰ অৰুণ নায়ক।
আমগুৰিৰ পৰা জখলাবন্ধা আহি থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। আহত অৰুণ নায়কক কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে তেজুপৰ মেডিকেল কলেজ হস্পিটাললৈ প্ৰেৰণ কৰে(Road Accident)।
লগতে পঢ়ক : WATCH | Goreswar News : গোৰেশ্বৰত চিপিআই (এম)ৰ জিলা সমাৱেশ