Local, Vocal, Global

WATCH | Road Accident : চাপৰৰ ফলিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

চাপৰ,২২জুন : চাপৰৰ ফলিমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।

অচিনাক্ত বাহনে গ্লেমাৰ বাইক এখন খুন্দিয়াই পলায়ন।

দুৰ্ঘটনাত আহত হয় দুজন বাইক আৰোহী।

আহত বাইক আৰোহী দুজনৰ এজনৰ অৱস্থাত অতি সংকটজনক(Road Accident)।

আহত বাইক আৰোহীদ্বয় ক্ৰমে বঙাইগাঁও জিলাৰ ঢাকনাবাড়ীৰ যোগেন বৰ্মন আৰু জয়ন্ত বৰ্মন বুলি জানিব পৰা গৈছে।

সংকটজনক অৱস্থাত যোগেন বৰ্মনক বঙাইগাঁও লৈ প্ৰেৰণ।

দুৰ্ঘটনাগ্ৰস্থ বাইকখনৰ নম্বৰ AS 19 J 5715।

লগতে পঢ়ক : WATCH | Kaliabor News : কলিয়াবৰৰ জখলাবন্ধাত অঘটন